Popular posts from this blog
Assamese application for school - Grant leave application | ছুটি বিচাৰি স্কুলৰ প্ৰধান শিক্ষকলৈ দৰখাস্ত (আবেদন পত্ৰ)
Assamese application for school - Grant leave application | ছুটি বিচাৰি স্কুলৰ প্ৰধান শিক্ষকলৈ দৰখাস্ত (আবেদন পত্ৰ) প্ৰতি, মাননীয় প্ৰধান শিক্ষক …….. ……… বিদ্যালয় (বিদ্যালয় নাম) তাৰিখ : ……….. বিষয় : ছুটি বিচাৰি আবেদন ৷ (শ্ৰেণী শিক্ষকৰ জৰিয়তে) মহাশয়, বিনতী পূৰ্বক নিবেদন এই যে মই যোৱা ------------------- তাৰিখৰ পৰা ---------------- তাৰিখলৈ শ্ৰেণীত উপস্থিত থাকিব পৰা নাছিলো ৷ কিয়নো উক্ত দিন কেইটাত মই জ্বৰত ভুগিব লগা হৈছিল ৷ গতিকে দয়ালু মহোদয়ে উক্ত দিন কেইটিৰ বাবে ছুটি মঞ্জুৰ কৰি বাধিত কৰে যেন ৷ এয়ে মহোদয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা ৷ অভিভাকৰ চহী ———- ইতি – আপোনাৰ একান্ত বাধ্য ছাত্ৰ নাম : ———- শ্ৰেণী ——- ৰোল নং ——
Assamese Application For HSLC exam
Assamese Application For HSLC exam বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ বাবে বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ লিখা এখন আৱেদন প্ৰতি মাননীয় -------বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ৰ সমীপেষু। শ্ৰেণী শিক্ষক মহোদয়ৰ যোগেদি। বিষয় :- বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ বাবে আৱেদন। তাৰিখ:- ../../.... মহোদয়, বিনীত সন্মান পূৰ্বক নিবেদন এই যে মোৰ জ্বৰ হোৱাৰ বাবে ....তাৰিখৰ পৰা .... তাৰিখলৈ ....দিন বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিলোঁ। গতিকে দয়ালু মহোদয়ে দয়া কৰি মোক উক্ত দিন কেইটাৰ জৰিমনা ৰেহাই দিয়ে যেন। এইটোৱেই মহোদয়ক জনাব লগীয়া মোৰ সৰল মিনতি। ইতি ------------------ মহোদয়ৰ একান্ত বাধ্য ছাত্ৰ/ছাত্ৰী নাম:- শ্ৰী/শ্ৰীমতী-- শ্ৰেণী:--- ৰোল নং :--- অভিভাৱকৰ চহী:-




Comments
Post a Comment