Assamese application for school - Grant leave application | ছুটি বিচাৰি স্কুলৰ প্ৰধান শিক্ষকলৈ দৰখাস্ত (আবেদন পত্ৰ)
Assamese application for school - Grant leave application | ছুটি বিচাৰি স্কুলৰ প্ৰধান শিক্ষকলৈ দৰখাস্ত (আবেদন পত্ৰ)
মাননীয় প্ৰধান শিক্ষক
…….. ……… বিদ্যালয় (বিদ্যালয় নাম)
তাৰিখ : ………..
বিষয় : ছুটি বিচাৰি আবেদন ৷
(শ্ৰেণী শিক্ষকৰ জৰিয়তে)
মহাশয়,
বিনতী পূৰ্বক নিবেদন এই যে মই যোৱা ------------------- তাৰিখৰ পৰা ---------------- তাৰিখলৈ শ্ৰেণীত উপস্থিত থাকিব পৰা নাছিলো ৷ কিয়নো উক্ত দিন কেইটাত মই জ্বৰত ভুগিব লগা হৈছিল ৷
গতিকে দয়ালু মহোদয়ে উক্ত দিন কেইটিৰ বাবে ছুটি মঞ্জুৰ কৰি বাধিত কৰে যেন ৷ এয়ে মহোদয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা ৷
অভিভাকৰ চহী
———-
ইতি –
আপোনাৰ একান্ত বাধ্য ছাত্ৰ
নাম : ———-
শ্ৰেণী ——-
ৰোল নং ——
Val lagisa
ReplyDelete