Assamese application for leave of absence from school - স্কুলত উপস্থিত থাকিব নোৱাৰাৰ বাবে আবেদন

Assamese application for leave of absence from school - স্কুলত উপস্থিত থাকিব নোৱাৰাৰ বাবে আবেদন







 
তাৰিখ
১১-০৩-২০১৯
প্ৰতি,
 
বোকজান উচ্চ মা: ইংৰাজী স্কুলৰ অধেক্ষ মহোদয়ৰ সমীপেষু
পঞ্চম শ্ৰেণীৰ শ্ৰেণী – শিক্ষক মহাশয়ৰ জৰিয়তে ---
 
মহাশয়,
    
 
বিনীত নিবেদন এই যে অহা কালি মোৰ খুৰাৰ বিয়া আছে ৷ গতিকে অহা কালি ইং ১২-০৩-২০১৯ তাৰিখে মই স্কুলত উপস্থিত থাকিব নোৱাৰিম ৷
 
সেয়েহে মহোদয়ক অনুৰোধ কৰিছো যেন আহা কালি মোক ছুটি দি বাধিত কৰে যেন ৷
 
ইতি -

বিনীত
আপোনাৰ একান্ত বাধ্য ছাত্ৰ
 

শ্ৰী কমল দাস
বোকজান উচ্চ মা: ইংৰাজী স্কুল
পঞ্চম শ্ৰেণী
ৰোল নং - ২



 

Comments

Post a Comment

Popular posts from this blog

Assamese application for school - Grant leave application | ছুটি বিচাৰি স্কুলৰ প্ৰধান শিক্ষকলৈ দৰখাস্ত (আবেদন পত্ৰ)

ASEB High School, Narengi