Instant Leave Application for School in Assamese বিদ্যালয়ত হঠাৎ গা বেয়া হোৱাৰ বাবে চুটি বিচাৰি আৱেদন

Instant Leave Application for School in Assamese
বিদ্যালয়ত হঠাৎ গা বেয়া হোৱাৰ বাবে চুটি বিচাৰি আৱেদন

প্ৰতি
মাননীয়
---বিদ্যালয়ৰ
প্ৰধান শিক্ষক মহোদয়।

বিষয়: হঠাতে গা বেয়া হোৱাৰ বাবে চুটি বিচাৰি আবেদন।
তাৰিখ:- 

মহোদয়,

বিনীত সন্মান পূৰ্বক নিবেদন এই যে, আজি প্ৰথম/দ্বিতীয়/তৃতীয় পিৰিয়দৰ পিছত হঠাতে মোৰ গা বেয়া হোৱাৰ বাবে বিদ্যালয়ত উপস্থিত থাকিবলৈ অসমৰ্থ হৈ পৰিছোঁ।

গতিকে মহোদয়ে দয়া কৰি মোক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে যেন।
এয়াই দয়ালোঁ মহোদয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা।

ইতি 
মহোদয়ৰ বিশ্বাসী
শ্ৰী/শ্ৰীমতী:
শ্ৰেণী:
ৰোল নং:

Comments

Popular posts from this blog

Assamese application for school - Grant leave application | ছুটি বিচাৰি স্কুলৰ প্ৰধান শিক্ষকলৈ দৰখাস্ত (আবেদন পত্ৰ)

Assamese Application For HSLC exam