Instant Leave Application for School in Assamese বিদ্যালয়ত হঠাৎ গা বেয়া হোৱাৰ বাবে চুটি বিচাৰি আৱেদন প্ৰতি মাননীয় ---বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়। বিষয়: হঠাতে গা বেয়া হোৱাৰ বাবে চুটি বিচাৰি আবেদন। তাৰিখ:- মহোদয়, বিনীত সন্মান পূৰ্বক নিবেদন এই যে, আজি প্ৰথম/দ্বিতীয়/তৃতীয় পিৰিয়দৰ পিছত হঠাতে মোৰ গা বেয়া হোৱাৰ বাবে বিদ্যালয়ত উপস্থিত থাকিবলৈ অসমৰ্থ হৈ পৰিছোঁ। গতিকে মহোদয়ে দয়া কৰি মোক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে যেন। এয়াই দয়ালোঁ মহোদয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা। ইতি মহোদয়ৰ বিশ্বাসী শ্ৰী/শ্ৰীমতী: শ্ৰেণী: ৰোল নং:
Assamese Application For HSLC exam বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ বাবে বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ লিখা এখন আৱেদন প্ৰতি মাননীয় -------বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ৰ সমীপেষু। শ্ৰেণী শিক্ষক মহোদয়ৰ যোগেদি। বিষয় :- বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ বাবে আৱেদন। তাৰিখ:- ../../.... মহোদয়, বিনীত সন্মান পূৰ্বক নিবেদন এই যে মোৰ জ্বৰ হোৱাৰ বাবে ....তাৰিখৰ পৰা .... তাৰিখলৈ ....দিন বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিলোঁ। গতিকে দয়ালু মহোদয়ে দয়া কৰি মোক উক্ত দিন কেইটাৰ জৰিমনা ৰেহাই দিয়ে যেন। এইটোৱেই মহোদয়ক জনাব লগীয়া মোৰ সৰল মিনতি। ইতি ------------------ মহোদয়ৰ একান্ত বাধ্য ছাত্ৰ/ছাত্ৰী নাম:- শ্ৰী/শ্ৰীমতী-- শ্ৰেণী:--- ৰোল নং :--- অভিভাৱকৰ চহী:-