Assamese application for school - Grant leave application | ছুটি বিচাৰি স্কুলৰ প্ৰধান শিক্ষকলৈ দৰখাস্ত (আবেদন পত্ৰ)

 

Assamese application for school - Grant leave application | ছুটি বিচাৰি স্কুলৰ প্ৰধান শিক্ষকলৈ দৰখাস্ত (আবেদন পত্ৰ) 

প্ৰতি,

মাননীয় প্ৰধান শিক্ষক

…….. ……… বিদ্যালয় (বিদ্যালয় নাম)

তাৰিখ : ………..

বিষয় : ছুটি বিচাৰি আবেদন ৷

(শ্ৰেণী শিক্ষকৰ জৰিয়তে)

মহাশয়,

বিনতী পূৰ্বক নিবেদন এই যে মই যোৱা ------------------- তাৰিখৰ পৰা ---------------- তাৰিখলৈ শ্ৰেণীত উপস্থিত থাকিব পৰা নাছিলো ৷ কিয়নো উক্ত দিন কেইটাত মই জ্বৰত ভুগিব লগা হৈছিল ৷

গতিকে দয়ালু মহোদয়ে উক্ত দিন কেইটিৰ বাবে ছুটি মঞ্জুৰ কৰি বাধিত কৰে যেন ৷ এয়ে মহোদয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা ৷

অভিভাকৰ চহী

———-

ইতি –

আপোনাৰ একান্ত বাধ্য ছাত্ৰ

নাম : ———-

শ্ৰেণী ——-

ৰোল নং ——

Comments

Post a Comment

Popular posts from this blog

ASEB High School, Narengi